TINSUKIA COMMERCE COLLEGE
"Vidya Lakshmi" Higher Educational Institutions-NAAC Accredited "A" Grade
ভাৰতমাতাৰ পূৱপ্ৰান্তত অৱস্থিত অসমৰ বিভিন্ন জিলাৰ ভিতৰত তিনিচুকীয়াও অন্যতম ।প্ৰাচীন কালৰে পৰা ঐতিহ্যৰ দিশত চহকো এসময়ত শক্তিশালী মটক ৰজা সৰ্বানন্দসিংহইশাসন কৰা তিনিচুকীয়া বিভিন্ন জাতি জনগোষ্ঠীৰ সঈমস্থলী হিচাবেও পৰিচিত।তেল, কয়লা, ৰেলৱে আদি সকলো দিশতে অসমৰ মানচিত্ৰত বৰ্তমানে গুৰত্বপূৰ্ণ ভূমিকাগ্ৰহণ কৰা তিনিচুকীয়াই বাণিজ্যিক দিশতো গুৰত্বপূৰ্ণ স্থান দখল কৰি আছে । বাণিজ্যিকচহৰ হিচাবে পৰিগণিত তিনিচুকীয়াৰ শৈক্ষিক দিশত বাণিজ্যিক শিক্ষাও অতি প্ৰাসঈিক আৰএই ক্ষেত্ৰত তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ে অতি গুৰত্বপূৰ্ণ আৰ নিৰ্ণায়ক ভূমিকা পালনকৰি বাণিজ্য শিক্ষাৰ প্ৰগতিৰ অৰ্থে অৰিহনা আগবঢ়াই আহিছে । এইবছৰৰ পৰা চি বিচি এছ পাঠ্যক্ৰম প্ৰৱৰ্তন কৰিবলৈ আগবঢ়া বাণিজ্য মহাবিদ্যালয়খনি ছাত্ৰ-শিক্ষক শিক্ষাগ্ৰহণ আৰ শিক্ষা দানৰ ক্ষেত্ৰত সদা তৎপৰ ।নতুন প্ৰজন্মৰ নতুন পাঠ্যক্ৰমৰ ফলদায়ক প্ৰেৰণা আৰ জীৱন জীৱিকাৰ ইতিবাচকপদক্ষেপত আগভাগ লৈ, বাণিজ্য শিক্ষাৰ সেন্দুৰীয়া পথেৰে আগুৱাই গৈ নিজৰ লগতপৰিয়ালৰ, সমাজৰ, দেশৰ উপকাৰ সাধিবলৈ এই বাণীৰ দ্বাৰা আদৰণি জনালোঁ লগতেতিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলো ।
উপাধ্যক্ষতিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়তিনিচুকীয়া